Local, Vocal, Global

জাগীৰোডস্থিত নগাওঁ কাগজ কলৰ মুখ্যদ্বাৰত উত্তপ্ত পৰিস্থিতি

জাগীৰোডস্থিত নগাওঁ কাগজ কলৰ মুখ্যদ্বাৰত উত্তপ্ত পৰিস্থিতি

 

কাগজ কলৰ কৰ্মচাৰীৰ আৱাস গৃহ খালী কৰাৰ জাননীক লৈ ক্ষুদ্ধ কৰ্মচাৰী সকল ৷

 

লিকুইডেটৰ কুলদীপ বৰ্মাই ১৫ দিনৰ ভিতৰত কাগজ কলৰ আৱাসিক গৃহ সমূহ খালী কৰা নিৰ্দেশ প্ৰেৰণ কৰে ৷

 

যদিহে কৰ্মচাৰী সকলৰ আৱাস গৃহ খালী কৰিব লাগে তেনেহলে কৰ্মচাৰী সকলৰ পাপ্য সকলো ধন আদায় দিব লাগিব অন্যথা কৰ্মচাৰী সকলৰ দেহৰ ওপৰেৰে গাড়ী চলাই দি হে খালী কৰিব পাৰিব বুলি কৰ্মচাৰী সকলে আক্ষেপেৰে প্ৰকাশ কৰে ৷

লগতে লিকুইডেটৰ কুলদ্বীপ বৰ্মাৰ বিৰুদ্ধে ক্ষোপ প্ৰকাশ কৰে কাগজ কলটোৰ কৰ্মচাৰী সকলে ৷