Website Design: dastechnologies.in
Browsing Category
Sports
মহাৰাষ্ট্ৰৰ হাতত পৰাস্ত অসম!
বিজয় হাজাৰে ট্ৰফীৰ দ্বিতীয়খন ছেমিফাইনেলত মহাৰাষ্ট্ৰই অসমক পৰাস্ত কৰে৷ বিজয় হাজাৰে ট্ৰফীৰ ফাইনেল সৌৰাষ্ট্ৰ আৰু মহাৰাষ্ট্ৰৰ মাজত হ'ব। অসমক মহাৰাষ্ট্ৰৰ দ্বাৰা ৩৫১ ৰাণৰ লক্ষ্য দিয়া হৈছিল। অসম বিজয়ৰ লক্ষ্যতকৈ ১২ ৰাণ পিছ পৰি ৰ'ল অসম। অসমে!-->…
Read More...
Read More...
খালৈগাঁৱৰ বেবী ফুটবল লীগৰ সামৰণি
নগাঁও জিলাৰ খালৈগাঁৱত যোৱা ১৪ নবেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা বেবী ফুটবল লীগৰ আজি সামৰণি পৰে । খালৈগাঁও ফুটবল ক'চিং চেণ্টাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা বেবী ফুটবল লীগত নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ ১৮ টাকৈ দলে অংশগ্ৰহণ কৰে । খালৈগাঁও আঞ্চলিক ক্ৰীড়া!-->…
Read More...
Read More...
BCCIৰ যুটীয়া সচিবৰ দৌৰত ACAৰ সম্পাদক দেৱজিৎ শইকীয়া
নিউজ ডেস্ক: অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই মঙলবাৰে বিচিচিআইৰ আগন্তুক নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে।
বিচিচিআইৰ যুটীয়া সচিব পদৰ বাবে মনোনয়ন দাখিল কৰিছিল অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই ।
উল্লেখযোগ্য যে!-->!-->!-->!-->!-->…
Read More...
Read More...
চি.এম চেম্পিয়নশ্বিপ ট্ৰফীৰ মেচ চাবলৈ ভৰি পৰিল বেজেৰা মিনি ষ্টেডিয়াম
নিউজ ডেস্ক: হৰদত্ত-বীৰদত্ত ক্ৰীড়া সংঘৰ উদ্যোগত বেজেৰা কেন্দ্ৰীয় যুৱক সংঘৰ সহযোগত কামৰূপ জিলাৰ বেজেৰাস্থিত মিনি ষ্টেডিয়ামত বুধবাৰে অনুষ্ঠিত হয় পঞ্চম বার্ষিক চি.এম. চেম্পিয়নশ্বিপ ট্ৰফী৷ খেলখন উদ্ধোধন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব!-->…
Read More...
Read More...
ভাল খবৰ, স্বৰ্ণ পদক আজুৰি আনিলে বক্সাৰ অংকুশিতাই
নিউজ ডেস্ক: অসম কন্যাই কঢ়িয়াই আনিছে ভাল খবৰ৷ ৰাজ্যখনৰ দুৰ্দান্ত মহিলা বক্সাৰ অংকুশিতা ফাইনেলত সুন্দৰ প্ৰদৰ্শন কৰি স্বৰ্ণ লাভ কৰিছে৷ ৰাষ্ট্ৰীয় ক্ৰীড়াত মণিপুৰৰ এলেনা থাওনাওজামক হৰুৱাই স্বৰ্ণ পদক অৰ্জন কৰে অংকুশিতাই৷ গুজৰাটৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত!-->…
Read More...
Read More...
গুজৰাটৰ পৰা আহিল ভাল খবৰ, অম্লানৰ স্বৰ্ণ লাভ
গুজৰাটত অনুষ্ঠিত হৈ থকা ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ পৰা ভাল খবৰ কঢ়িয়াই আনিলে অসম সন্তান অম্লান বৰগোহাঁয়ে৷ শনিবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া তৃতীয়টো দিনটোত অম্লান বৰগোঁহায়ে লাভ কৰে সোণৰ পদক। ইয়াৰ লগে লগে অসমে ৪টা পদক লাভ কৰিবলৈ সক্ষম হৈছে।!-->…
Read More...
Read More...
১৬ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপত নাথাকিব যশপ্ৰীত বুমৰাহ!
নিউজ ডেস্ক : ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহ ১৬ অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া আগন্তুক টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হোৱা সম্ভাৱনাৰ বাতৰিয়ে সামাজিক মাধ্যমত চৰ্চিত হৈছে।
বুমৰাহৰ পিঠিৰ আঘাতৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰিব বুলি চৰ্চিত হৈছে।
!-->!-->!-->!-->!-->…
Read More...
Read More...
পেছাদাৰী টেনিছক বিদায় জনাব চুইছ টেনিছৰ আশ্চৰ্য Roger Federerএ
নিউজ ডেস্ক : চুইছ টেনিছৰ আশ্চৰ্য Roger Federer এ বৃহস্পতিবাৰে ঘোষণা কৰিছে যে তেওঁ লেভাৰ কাপ ২০২২ (Laver Cup 2022) ৰ পিছত পেছাদাৰী টেনিছক বিদায় জনাব।
তেওঁ এটা ভিডিঅ' শ্বেয়াৰ কৰি কয় যে, "টেনিছে মোক বিগত বছৰবোৰত দিয়া সকলো উপহাৰৰ!-->!-->!-->!-->!-->…
Read More...
Read More...
ঘোষণা হ’ল ভাৰত বনাম দক্ষিণ আফ্ৰিকা খেলৰ টিকটৰ মূল্য
নিউজ ডেস্ক : গুৱাহাটীৰ বৰষাপাৰাত সংবাদ মাধ্যমক সম্বোধন কৰি অসম ক্ৰিকেট সংস্থাৰ সভাপতি ৰমেন দত্ত আৰু সচিব দেৱজিৎ শইকীয়াই জানিবলৈ দিয়ে যে ২ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনৰ টিকট বিক্ৰী ১৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ!-->…
Read More...
Read More...
টাইকোৱাণ্ডোত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে জামুগুৰিহাটৰ ন্যবিয়া
নিউজ ডেস্ক : জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদঃ চিকিমৰ দাৰ্জিলিঙত অনুষ্ঠিত হোৱা প্ৰথম নেচনেল টাইকোৱাণ্ডো চেম্পিঅনচিপ প্ৰতিযোগীতাত প্ৰথম শ্ৰেষ্ঠ বিজয়ী খিতাপৰে সোণৰ পদকৰে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ টৌভঙালৈ গৌৰৱ কঢ়িয়াই আনিছে ন্যবিয়া পায়েংঙে ৷
!-->!-->!-->!-->…
Read More...
Read More...