Local, Vocal, Global
Browsing Category

World

চমকপ্রদ জয়েৰে ফাইনেলত অষ্ট্রেলিয়া

অপ্রতিৰোধ্য পাকিস্তানক স্তব্ধ কৰি অষ্ট্রেলিয়াই টি–২০ বিশ্বকাপৰ ফাইনেলত প্রৱেশ কৰিছে৷ ডুবাইত বৃহস্পতিবাৰে নিশা অনুষ্ঠিত তীব্র উত্তেজনাপূর্ণ দ্বিতীয়খন ছেমি ফাইনেলত আৰন ফিন্স নেতৃত্বাধীন দলটোৱে পাঁচ উইকেটৰ চমকপ্রদ জয় সাব্যস্ত কৰে ৷ ১৭৭ ৰানৰ…

টাইৱানৰ সমীপত চীনৰ সামৰিক শক্তি প্ৰদৰ্শন

আমেৰিকাৰ প্ৰতিনিধি দলৰ টাইৱান ভ্ৰমণৰ সময়তে টাইৱানৰ সমীপত চীনৰ সামৰিক শক্তি প্ৰদৰ্শন । আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰতিনিধিৰ দলে মঙলবাৰে টাইৱান ভ্ৰমণ কৰাৰ সময়তে চীনে টাইৱানৰ ওচৰত সামৰিক অনুশীলন কৰে। চীনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা…

দুৰ্নীতিৰ গোচৰত ১১ বছৰ কাৰাদণ্ড বাংলাদেশৰ প্ৰথমগৰাকী হিন্দু মুখ্য ন্যায়াধীশৰ

বাংলাদেশৰ প্ৰথমগৰাকী হিন্দু মুখ্য ন্যায়াধীশ সুৰেন্দ্ৰ কুমাৰ সিনহাক দুৰ্নীতিৰ গোচৰত ১১ বছৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হয়।বাংলাদেশৰ এখন আদালতে দেশখনৰ প্ৰথমগৰাকী হিন্দু মুখ্য ন্যায়াধীশ সুৰেন্দ্ৰ কুমাৰ সিনহাক কাৰাদণ্ড বিহে। মুখ্য ন্যায়াধীশ…

৬০০ ৰো অধিক আই.এছ.আই.এছ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

তিনিমাহত ৬০০ ৰো অধিক আই.এছ.আই.এছ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰৰ দাবী তালিবানৰ । আফগানিস্তানৰ তালিবান শাসিত চৰকাৰে বিগত তিনিমাহত তেওঁলোকে ৬০০ কৈ অধিক ইছলামিক ষ্টেট সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে বুলি প্ৰকাশ কৰে। গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত আই এছ আই এছৰ…

আফগানিস্তানৰ ভূমি সন্ত্রাসবাদীক ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব

তালিবানশাসিত আফগানিস্তানৰ সাম্প্রতিক পৰিস্থিতি সন্দর্ভত নতুন দিল্লীত ভাৰতসহ ৮ ৰাষ্ট্রৰ নিৰাপত্তা ৰাষ্ট্রীয় উপদেষ্টা বৈঠক অনুষ্ঠিত হয় ৷ ভাৰতৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আঁত ধৰা এই বৈঠকত আফগানিস্তান সন্দর্ভত কেইবাটাও…

মাস্কে দুদিনত হেৰুৱালে ৫০ বিলিয়ন মার্কিন ডলাৰ

টেছলাৰ ইনক’পৰেচনৰ শ্বেয়াৰ বিগত দুদিন ধৰি নিম্নগামী হোৱাৰ বাবেই বিশ্বৰ ধনাঢ়্য ব্যক্তি এলন মাস্কে হেৰুৱালে ৫০ বিলিয়ন মার্কিন ডলাৰ ৷ ব্লুমবার্গ বিলিয়নার্ছ ইনডেস্কৰ ইতিহাসত বিগত দুদিনত টেছলাৰ শ্বেয়াৰ বজাৰ নিম্নগামী হোৱাটো সর্বাধিক ৷ ইয়াৰ পূর্বে…

পাকিস্তানৰ সন্মুখত অপ্রতিৰোধ্য অষ্ট্রেলিয়া

ICC, T–20 বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেল মেচ আজি ডুবাইত অনুষ্ঠিত হ’ব ৷ প্রতিযোগিতাখনৰ খিতাপ দখলৰ প্রবল দাবীদাৰ পাকিস্তানে আজি হ’বলগীয়া ছেমিফাইনেল মেচখনত অষ্ট্রেলিয়াৰ বিপক্ষে প্রতিদ্বন্দ্বিতা আগঢ়াব ৷ কাইলৈ মেচখনত পাকিস্তানকে ফেভাৰিট আখ্যা…

ফাইনেলত নিউজিলেণ্ড……

শ্বাসৰুদ্ধকৰ জয়েৰে আই.চি.চি টি–২০ বিশ্বকাপৰ ফাইনেলত প্রৱেশ কৰিলে নিউজিলেণ্ডে ৷ আবু ধাবিত বৃহস্পতিবাৰে অনুষ্ঠিত ৰোমাঞ্চকৰ প্রথমখন ছেমিফাইনেলত নিউজিলেণ্ডে ইংলেণ্ডক ৫ উইকেটত পৰাস্ত কৰে ৷ মেচখনত কিৱি বাহিনীৰ জয়ৰ মূলতে আছিল ডাৰিল মিচেল, ডেভন…

জাপানৰ নার্ছক যাৱজ্জীৱন কাৰাদণ্ড

জাপানৰ ইয়োকোহামা চহৰৰ এখন জিলা আদালতে এগৰাকী ৩৪ বছৰীয়া প্ৰাক্তন নাৰ্ছ আয়ুমি কুবোকিক আজীৱন কাৰাদণ্ড প্ৰদান কৰিছে, যাক স্থানীয় চিকিৎসালয়ত তিনিজন বৃদ্ধ ৰোগীৰ পূৰ্বপৰিকল্পিত হত্যাকাণ্ডৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল। কিয়োডো সংবাদ সংস্থাই…

নগ্ন ফটো শ্বুটত কেমব্রিজৰ ৭৮ শিক্ষার্থী

মাত্র ১৫ মিনিটৰ ফটো শ্বুট ৷ তথাপি সমাজত বিশুদ্ধবাদী ধ্যান–ধাৰণা থকা বুলি জাহিৰ কৰা লোকসকলৰ চকু কপালত তুলিব এই ১৫ মিনিটৰ ফটো শ্বুটে ৷ কাৰণ কেমব্রিজ বিশ্ববিদ্যালয়ৰ বার্ষিক কেলেণ্ডাৰৰ বাবে এই ফটো শ্বুটত নগ্ন হৈ ছবি উঠিছে একাংশ শিক্ষার্থীয়ে ৷…