Local, Vocal, Global

অএনজিচি ,অইলত ১০০ শতাংশ থলুৱাৰ নিযুক্তিৰ দাবী

0 31

নাজিৰাত বীৰ লাচিত সেনাৰ অৱস্থান ধৰ্মঘট

অএনজিচি ,অইলত ১০০ শতাংশ থলুৱাৰ নিযুক্তিৰ দাবী

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় নাজিৰাৰ পৰা সোণাৰিলৈ বদলি বিৰোধিতা

 

 

অএনজিচি অসম সম্পদ ,অইল ইণ্ডিয়া কে ধৰি চৰকাৰী-বেচৰকাৰী প্ৰতিস্হানত এশ শতাংশ থলুৱাৰ নিযুক্তি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰাস্হিত কাৰ্যালয় সোণাৰিলৈ স্হানান্তৰৰ প্ৰত্যাহাৰ দাবীত আজি বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত দুঘন্টীয়া অৱস্থানধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

 

নাজিৰাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত শতাধিক বীৰ লাচিত সেনাৰ কৰ্মীৰ সৈতে শৃংখল চলিহাই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ ধৰ্মঘটৰ পাছতে উক্ত দাবীৰ স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

Leave A Reply

Your email address will not be published.