Local, Vocal, Global
Browsing Category

Uncategorized

১৪ এপ্ৰিলত মুকলি হ’ব অসমৰ প্ৰথমখন AIIMS

ডিজিটেল ডেস্ক:- বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই AIIMSপৰিদৰ্শন কৰে ৷নিৰ্মাণ কাৰ্যৰ বুজ ল'বলৈ উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।মুখ্যমন্ত্ৰীয়ে অত্যাধুনিক মানদণ্ডৰ চিকিৎসালয়খন পৰিদৰ্শন কৰি কয় যে ইতিমধ্যে
Read More...

আজি বলীউডৰ কুইন কংগনা ৰানাৱটৰ ৩৬ সংখ্যাক জন্মদিন…

ডিজিটেল ডেস্ক:-কংগনা ৰাণাৱটৰ আজি ৩৬ তম জন্মদিন। ভাৰতীয় চলচ্চিত্ৰ জগতৰ আটাইতকৈ বহুমুখী অভিনেত্ৰীসকলৰ ভিতৰত কংগনাই ২০০৬ চনত গেংষ্টাৰ ছবিখনৰ অভিনয়ৰ জড়িয়তে ছবি জগতৰত ভৰি দিছিল।ছবি জগতত ভতি দিয় নিজৰ বহুমুখী অভিনয়েৰে দৰ্শকৰ মন জিনিবলৈ সক্ষম
Read More...

কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা,১৫ কোটি টকাৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ ২জনক !

ডিজিটেল ডেস্ক:- কৰিমগঞ্জ আৰক্ষীৰ বৃহৎ সফলতা। ১৫ কোটি টকাৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুইজন সৰবৰাহকাৰীক।কৰিমগঞ্জৰ ৰাতাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভেটাৰবন্দ এলাকাৰ পৰা বৃহৎ পৰিমাণৰ হিৰোইন জব্দ কৰে । নৱ নিযুক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ
Read More...

আপুনি বাৰু জানেনে পাত মহাৰিলেই বেয়া গোন্ধ ওলোৱা ভেদাইলতা পাতৰ উপকাৰিতা কিমান…

ডিজিটেল ডেস্ক:-ভেদাইলতা প্ৰায় সকলো মানুহে চিনি পায়। পাত মহাৰিলেই বেয়া গোন্ধ ওলাই যদিও খাওতে তেনে গোন্ধ নাপায়। আপুনি বাৰু জানেনে এই ভেদাইলতা পাতৰ উপকাৰিতা কিমান?জানিলে হয়টো আপুনিও আচৰিত হব।ভেদাইলতা এবিধ ঔষধি গুণবিশিষ্ট ।প্ৰাচীনকালৰ পৰা
Read More...

ঢেঁকীয়া শাকৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি? আজি আমি আপোনাক ঢেঁকীয়া শাকৰ উপকাৰিতাৰ বিষয়ে কম…

ডিজিটেল ডেস্কঃ-অসমৰ এক পৰম্পৰা খাদ্য হ'ল ঢেঁকীয়া শাক ।আমাৰ ওচৰে-পাঁজৰে বিভিন্ন ধৰণৰ শাক দেখিবলৈ পোৱা যায় আৰু প্ৰায়ভাগ শাকেই খোৱাৰ বাবে উপযোগী৷ ইয়াৰ ভিতৰত ঢেঁকীয়া শাক অন্যতম৷ বাৰীৰ চুকত,পথৰ দাঁতিত,সেমেকা আৰু ছাঁ পৰি থকা মাটিত গজি থকা
Read More...

স্বপ্নালোক কমপ্লেক্সত ভয়ংকৰ অগ্নিকাণ্ড,অগ্নিকাণ্ডৰ ফলত ৬ জন নিহত…

ডিজিটেল ডেস্কঃ-বৃহস্পতিবাৰে সন্ধিয়া তেলেংগানাৰ চেকেন্দ্ৰাবাদৰ স্বপ্নালোক কমপ্লেক্সত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীসমূহ
Read More...

শাৰীৰিক ভাৱে অক্ষম এজন যুৱক, শাৰীৰিক বাধাক নেওচি বিশ্ব দৰবাৰত জিলিকিল এজন যুৱক…

ডিজিটেল ডেস্ক:-আজি আমি আপোনালোকক কম 20 বছৰীয়া এজন যুৱকৰ জীৱন সংগ্ৰামৰ কথা।যাৰ নাম মইন যুনেইড। কৰ্ণাটকৰ তিলকবাৰিৰ বেলগামত জন্ম গ্ৰহণ কৰিছিল মইন যুনেইডে । কিন্তু মইনৰ জন্মৰ পৰাই আছিল অষ্ট্ৰজেচিছ ইম্পেৰফেক্ট নামৰ এটা বেমাৰ ।যাৰ বাবে সময়ৰ লগে
Read More...

মাজ আকাশতে ইণ্ডিগ’ৰ বিমানত যাত্ৰীৰ মৃত্যু !কৰাচীত জৰুৰী অৱতৰণ…

ডিজিটেল ডেস্ক:-দিল্লী-দোহা ইণ্ডিগোৰ এখন বিমানৰ পৰা এটা আচৰিত ঘটনা পোহৰলৈ আহিছে।ভাৰতৰ পৰা যাত্ৰা কৰা ইণ্ডিগ' বিমানে আজি পাকিস্তানত জৰুৰী অৱতৰণ কৰে। জানিব পৰা মতে,সোমবাৰে পুৱা প্ৰায় ৮.৪৫ বজাত দিল্লীৰ পৰা দোহালৈ যাত্ৰা কৰা বিমানখনত থকা এজন
Read More...

অসমলৈ আহিব ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু !

ডিজিটেল ডেস্ক:-অসমলৈ আহিব ৰাষ্ট্ৰপতি।দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতিগৰাকীয়ে।দুদিনীয়া কাৰ্যসূচীৰে ৬ এপ্ৰিলত অসমৰ কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই প্ৰকাশ কৰা মতে ৬ আৰু
Read More...

ডুমডুমাত প্ৰাত:ভ্ৰমণলৈ যোৱা লোকক খুন্দিয়ালৈ অচিনাক্ত বাহনে…

ডিজিটেল ডেস্ক:-ডুমডুমাত পুৱাই পথ দুৰ্ঘটনাত। এজন লোকৰ মৃত্যু |বিচাকপি চাহ ফেক্টৰীৰ সন্মুখত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত বাহনে খুন্দিওৱাৰ ফলত ডুমডুমা ওচামাটিৰ শিবু দাস নামৰ ৬৫ বছৰীয়া লোকজন থিতাতে নিহয় হয় ।জানিব পৰা মতে, প্ৰাত:ভ্ৰমণৰ বাবে
Read More...