Local, Vocal, Global

অৰুণোদয় আঁচনিক লৈ অসম চৰকাৰৰ সিদ্ধান্ত

@ অৰুণোদয় আঁচনিক লৈ অসম চৰকাৰৰ সিদ্ধান্ত
@ ৮৩০ টকাৰ পৰা ১০০০ টকালৈ বৃদ্ধি অৰুণোদয় আঁচনিৰ ধন
@ ৭০০০ দৰিদ্ৰ পৰিয়ালক নতুনকৈ প্ৰদান কৰা হ’ব অৰুণোদয়ৰ ধন
@ সকলো দুখীয়া পৰিয়ালে লাভ কৰিব ১০০০ কৈ টকা
@ লাহে লাহে এই ধন ‌বৃদ্ধি কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ
@ অফলাইন যোগে আবেদন কৰিব পাৰিব হিতাধীকাৰীয়ে
@ আবেদন পত্ৰসমূহ নিজৰ নিজৰ পঞ্চায়তত জমা দিব লাগিব হিতাধীকাৰীয়ে