Local, Vocal, Global

Six killed in road accident on Lucknow-Delhi highway : শোকাৱহ পথ দুৰ্ঘটনা; নিহত ৬জন

নেশ্যনেল ডেস্ক,১৪মে’ : এক শোকাৱহ দুৰ্ঘটনা । নিহত ৬জন(Six killed in road accident on Lucknow-Delhi highway) ।

উত্তৰপ্ৰদেশৰ হাপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা৷ দুখন বাহনৰ মাজত মুখামুখী সংঘৰ্ষ। ফলত থিতাতে নিহত ৬জন ৷

হাপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজকুমাৰ আগৰৱালাৰ উদ্ধৃতি দি সংবাদ মাধ্যমক জনোৱা অনুসৰি , হাপুৰৰ গড় কোতৱালি অঞ্চলত দিল্লী-লক্ষ্ণৌ ঘাইপথত দুখন বাহনৰ মাজত সংঘৰ্ষ হয় । ফলত থিতাতে নিহত হয় ৬ জন । বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে(6 Killed In Collision On Delhi-Lucknow Highway In UP’s Hapur)।

লগতে পঢ়ক : AJP leader Lurinjyoti Gogoi’s escort vehicle meets with accident : লুৰীণজ্যোতি গগৈৰ কনভয়ৰ গাড়ী দুৰ্ঘটনাগ্রস্ত