Local, Vocal, Global

Arunachal foreign liquor worth Rs 15 lakh seized in Majbat : মাজবাটত জব্দ ১৫ লাখ টকাৰ অৰুণাচলী বিলাতী সুৰা

নিউজ ডেস্ক, ১১মে’ : অসম অৰুণাচল প্ৰদেশ সীমান্তত আৰক্ষীৰ অভিযান । শনিবাৰে নিশা অভিযান চলাই ওদালগুৰি জিলাৰ লালপানী আৰক্ষী চকীৰ অসম অৰুণাচল প্ৰদেশ সীমান্তৰ চিকাৰীডাঙা । অভিযানত আৰক্ষীয়ে জব্দ কৰে অৰুণাচলী বিলাতী সুৰা৯Arunachal foreign liquor worth Rs 15 lakh seized in Majbat)।

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ টেংগা ভেলিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত ওৰাং মাজবাট ৰূপা পথত নিয়মীয়া তালাচী অভিযানৰ সময়ত AS -01-EC-6245 নম্বৰৰ টাটা ৭০৯ ট্ৰাকৰ পৰা ৩৭৪ কাৰ্টুন অবৈধ বিলাটি সুৰা জব্দ কৰে।

ঘটনা সংক্ৰান্তত গাড়ীখনৰ চালকজন গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকজন কামৰূপৰ সৰপাৰাৰ মফিদুল ইছলাম বুলি জানিব পৰা গৈছে ৷

ইফালে আৰ৭ীয়ে সগৰি কৰি অনুসৰি জব্দ কৃত সুৰাখিনিৰ আনুমানিক বজাৰ মূল্য ১৫লাখ টকা ৷

লগতে পঢ়ক :Dr. Padmeswar Gogoi passed away : বিশিষ্ট বিজ্ঞানী,লোক সংস্কৃতিৰ গৱেষক তথা অধ্যাপক ড° পদ্মেশ্বৰ গগৈৰ দেহাৱসান