Local, Vocal, Global

PM files nomination papers for Lok Sabha election : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোনয়ন দাখিল; তৃতীয়বাৰৰ বাবে বাৰানসীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব মোদীয়ে

নেশ্যনেল ডেস্ক, ১৪মে’ : মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। কাশী উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰধানমন্ত্ৰীয়ে । বাৰানসী সংসদীয় সমষ্টিৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰে মোডীয়ে। তেওঁৰ প্ৰস্তাৱক হিচাপে উপস্থিত থাকে বিশিষ্ট জ্যোতিষী গণেশ্বৰ শাস্ত্ৰী দ্ৰাবিড়( PM files nomination papers for Lok Sabha election)।

উল্লেখ্য যে, মনোনয়নৰ সময়ছোৱাত মোডীক সংগ দিয়ে অসম লগতে ১২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ১৮ জনতকৈ অধিক কেবিনেট মন্ত্ৰীয়ে।লগতে মনোনয়নৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত থাকে ।

লগতে পঢ়ক : Two most wanted Bangladeshi terrorists : গুৱাহাটীত গ্ৰেপ্তাৰ দুজন দুৰ্ধৰ্ষ বাংলাদেশী উগ্ৰপন্থী