Local, Vocal, Global

সাৱধান ৰাজ্যবাসী ! অসমক ৰক্তাক্ত কৰাৰ পৰিকল্পনা ISIS আৰু অল কায়দাৰ

@ সাৱধান ৰাজ্যবাসী
@ অসমক ৰক্তাক্ত কৰাৰ পৰিকল্পনা ISIS আৰু অল কায়দাৰ
@ যিকোনো মূহুৰ্ততে সংঘটিত হ’ব পাৰে কূটাঘাত
@ জনসমাগম থকা অঞ্চলত বোমা বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা
@ মুছলমানৰ ওপৰত অত্যাচাৰ হোৱাৰ অভিযোগ ISIS-অলকায়দাৰ
@ প্ৰতিশোধ হিচাপে ভয়ংকৰ বিস্ফোৰণৰ ব্লুপ্ৰিন্ট ISIS ৰ
@ ১৮ মিনিটৰ এটা ভিডিঅ’ যোগে অসমক ৰক্তপাত কৰাৰ সকীয়নি
@ অসম আৰক্ষীয়ে ৰাজ্যজুৰি জাৰি কৰিছে ৰেড এৰ্লাট
@ বাংলাদেশৰ পৰাই অসমত কূটাঘাতৰ পৰিকল্পনা কৰাৰ আশংকা