Local, Vocal, Global

ঢেকীয়াজুলিত এখন বিয়াৰ পৰাই গণসংক্ৰমনৰ আশংকা

ঢেকীয়াজুলিত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ। এখন বিয়াৰ পৰাই ক’ভিড সংক্ৰমণৰ আশংকা। ঢেকীয়াজুলিৰ ১১ গৰাকীকৈ ব্যক্তি আক্ৰান্ত ক’ভিড-১৯ পজিটিভত। ৪ দিন পুৰ্বে কৰনাত আক্ৰান্তত হৈছিল ঢেকীয়াজুলিৰ মনোজুলিৰ ৰতন দাস নামে এজন ব্যক্তি । নতুনকৈ আক্ৰান্ত ১০ গৰাকীয়ে ৰতন দাসৰ পৰিয়ালৰ। উল্লেখযোগ্য যে আক্ৰান্ত সকলে ২ জুলাইত ৰতন দাসৰ পুত্ৰৰ বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।