Local, Vocal, Global

মুখ্যমন্ত্ৰীৰ গৃহ চহৰত এৰি থৈ গ’ল তিনি কৰ’না পজিটিভ

মুখ্যমন্ত্ৰীৰ গৃহ চহৰ চাবুৱাত প্ৰশাসনৰ আজৱ কাণ্ড..

37no.ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এৰি থৈ গ’ল তিনি কৰ’না পজিটিভ ৰোগীক..

প্ৰায় 4-km. খোজকাঢ়ি গৈ Quarantine চেণ্টাৰত উপস্থিত হয় ব্যক্তিকেইজন..

খোজকাঢ়ি অহা সময়ত বিভিন্ন লোকৰ সংস্পৰ্শত অহাৰ সন্দেহ ৰোগী তিনিজন.

এই অভিযোগ খাৰজানৰ একাংশ স্থানীয়  ৰাইজৰ..

ইতিমধ্যে স্বাস্থ্য বিভাগে ব্যক্তিকেইজনক প্ৰেৰণ কৰিছে AMCH-লৈ..

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চাবুৱাত তীব্ৰ চাঞ্চল্য..