যোৰহাটত বন্দুকসহ দুই যুৱকক গ্ৰেপ্তাৰ

- যোৰহাটত বন্দুকসহ দুই যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গড়মূৰ আৰক্ষী
- যুৱক দুজন গড়মূৰ কুমাৰগাঁৱৰ দিগন্ত দত্ত আৰু দুলীয়াগাঁৱৰ ৰাজীৱ দত্ত
- দুয়োজনকে ৰাজীৱ দত্তৰ ঘৰৰ পৰা কৰায়ত্ত কৰে গড়মূৰ আৰক্ষীয়ে
- দিগন্ত দত্ত নামৰ যুৱকজনৰ বিৰুদ্ধে ১৫১২ নম্বৰৰ ৪৯৮ ধাৰাত ৰুজু হৈ আছিল গোচৰ
- তেতিয়াৰে পৰা পলাতক আছিল দিগন্ত দত্ত
- সোমবাৰে এক বিশেষ সূত্ৰৰ পম খেদি গড়মূৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োজনকে