Local, Vocal, Global

সংহাৰৰ মাজতে সুখবৰ। এদিনত সুস্থ সহস্ৰাধিক ৰোগী

  • ৰাজ্যত প্ৰতিদিনে উদ্দেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ
  • মহানগৰীতো অব্যাহত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ
  • ২২ হাজাৰ অতিক্ৰম কৰিলে ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা
  • শনিবাৰৰ দিনটোত ৰাজ্যত আক্ৰান্ত ১১১৭ গৰাকী
  • নতুনকৈ আক্ৰান্তৰ ৫১৫ গৰাকীয়ে গুৱাহাটী মহানগৰীৰ
  • শনিবাৰে দিনতো সৰ্বমুঠ ১০৬০ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰে
  • ৰাজ্যত এই পৰ্যন্ত মুঠ আক্ৰান্তৰ সংখ্যা ২২,৯৮১ গৰাকীলৈ বৃদ্ধি
  • ৰাজ্যত এই পৰ্যন্ত ১৫,১৬৫ গৰাকী আৰোগ্য
  • ৰাজ্যত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৭,৭৬০ গৰাকী
  • চৰকাৰী তথ্যমতে ৰাজ্যত ৫৩ ৰোগীৰ মৃত্যু