Local, Vocal, Global

জেছলিনৰ সৈতে বিয়াত বহা নাছিল অনুপ জলোটা

বিগ বচ নামৰ বহু চর্চিত টেলিভিচন শ্ব’ৰ প্ৰতিযোগী জেছলিন মাথাৰুৰ সৈতে প্ৰখ্যাত শিল্পী অনুপ জলোটাৰ এখন আলোকচিত্ৰক লৈ চ’ছিয়েল মিডিয়াত তোলপাৰ হৈ পৰিছিল। শিৰোনাম অবিহনে আপলোড কৰা আলোকচিত্ৰখন কন্যাসম মডেলগৰাকীৰ সৈতে অনুপ জলোটাই বিবাহপাশত আৱদ্ধ হোৱা বুলি প্ৰচাৰ চলে। আৰু প্ৰচাৰৰ পাছতে অৱশেষত অনুপ জালোটাই মুখ খুলিছে। তেওঁ স্পষ্ট কৰিছে যে জেছলিনৰ সৈতে তেওঁ বিয়াত বহা নাছিল বৰং এখন ছবিৰ দৃশ্যত তেওঁ জেছলিনক কন্যা দানহে কৰিছিল।