Assam CM kicks off poll campaign in Majuli through mega cycle rally : মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলী

নিউজ ডেস্ক,১ এপ্ৰিল : মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলী ।মুখ্যমন্ত্ৰীৰ সৈতে দলে-বলে চাইকেল ৰেলীত অংশগ্ৰহণ মাজুলীবাসীৰ। সত্ৰনগৰীৰ পৰা আনুষ্ঠানিকভাৱে প্ৰচাৰ আৰম্ভ ৰাজ্যিক বিজেপিৰ(Assam CM kicks off poll campaign in Majuli through mega cycle rally)।
উল্লেখ্য যে, আজিৰে পৰা লোকসভা নিৰ্বাচন-২৪ৰ প্ৰচাৰ কাৰ্যসূচী আৰম্ভ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মাজুলীৰ পৰা চাইকেল ৰেলীৰে প্ৰচাৰ কাৰ্যসূচী শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। চাইকেল ৰেলীৰ পাছতে এখন সভাতো অংশ লব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma kicks off poll campaign in Majuli through mega cycle rally)।