Local, Vocal, Global
Browsing Category

Politics

A wonderful serenity has taken possession of my entire soul, like these sweet mornings of spring which I enjoy with my whole heart.

মেঘালয়ৰ মুখ্যমন্ত্রীয়ে এছিয়াৰ দ্বিতীয় বৃহত্তম নদী দ্বীপ লংখনাম নিৰ্মাণৰ বাবে ১৩ কোটি টকাৰ পুঁজি…

শ্বিলং, ১৬ নৱেম্বৰ: মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড কে চেংমাই সোমবাৰে পশ্চিম খাচী পাহাৰৰ নংখনাম দ্বীপত পৰ্যটন উদ্যোগৰ আন্ত:গাথনি আৰু সুবিধাসমূহৰ বিকাশৰ বাবে ১৩ কোটি টকাৰ বিশেষ অনুদান প্ৰৱৰ্তন কৰে। অসমত মাজুলীৰ পিছত লংখনাম হৈছে…

অমৰাৱতীত হিংসাৰ বাবে জ্যেষ্ঠ বিজেপি নেতা অনিল বণ্ডেক গ্ৰেপ্তাৰ

১৫ নৱেম্বৰ: অমৰাৱতীত সংঘটিত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত বিজেপিৰ কেইবাজনো কৰ্মকৰ্তাৰ সৈতে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা অনিল বণ্ডেক ১৫ নৱেম্বৰ সোমবাৰে গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে অমৰাৱতীৰ পৰা সন্ধানহীন হৈ থকা…

কংগ্ৰেছৰ জেষ্ঠ নেতা ছলমান খুৰ্চিদৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ

কংগ্ৰেছৰ জেষ্ঠ নেতা ছলমান খুৰ্চিদৰ নেইনিতালস্থিত গৃহত কোনো দুষ্কৃতিকাৰীয়ে শিল নিক্ষেপ আৰু অগ্নি সংযোগ কৰা বুলি জানিব পৰা গৈছে। এই কথা ছলমান খুৰ্চিদে ফেচবুকৰ জৰিয়তে সদৰী কৰে। খবৰ অনুসৰি আক্ৰমণৰ সময়ত দুষ্কৃতিকাৰীসকলৰ হাতত বিজেপিৰ পতাকা আৰু…

পশ্চিমবংগৰ পূৱ মেদিনীপুৰত বিজেপি কৰ্মীক হত্যা

পশ্চিমবংগৰ পূৱ মেদিনীপুৰ জিলাৰ ভগৱানপুৰত শনিবাৰে  এজন বিজেপি কৰ্মীক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। তৃণমূল কংগ্ৰেছৰ এজন সমৰ্থকে বিজেপি কৰ্মীজনক হত্যা কৰা বুলি ভাৰতীয় জনতা পাৰ্টীয়ে অভিযোগ উত্থাপন কৰে। বিজেপি কৰ্মীজনৰ নাম ভাস্কৰ…

মুখ্যমন্ত্রীয়ে কোৱাৰ দৰে কাম কৰি আছোঁ : হাগ্রামা মহিলাৰী

বি.পি.এফৰ সভাপতি তথা প্রাক্তন বিটিচি প্রধান হাগ্রামা মহিলাৰীৰ নতুন বিস্ফোৰণ ৷ আজি সংবাদ মাধ্যমৰ আগত মহিলাৰীয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে তেওঁৰ ভাল বুজাবুজি আছে বুলি উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্রীয়ে যিদৰে কাম কৰিব দিছে, সেইদৰে…

মোদী চৰকাৰ দেশক সুৰক্ষা প্ৰদানৰ বাবে সামৰ্থ্যবান নহয় :ৰাহুল গান্ধী

মণিপুৰৰ চুড়াচান্দপুৰ জিলাত শনিবাৰে অসম ৰাইফলছৰ কনভয়ৰ ওপৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত কামাণ্ডিং বিষয়াকে ধৰি পাঁচজন ভাৰতীয় সেনা বাহিনীৰ জোৱান আৰু দুজন সেনা বিষয়াৰ পৰিয়ালৰ লোকৰ মৃত্যু হোৱাৰ পাছতে চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছে কংগ্ৰেছ…

কংগ্রেছৰ নেতা ভাৰত বিভাজনৰ বাবে দায়ী

অহা বর্ষত অনুষ্ঠিত হ’বলগীয়া উত্তৰ প্রদেশৰ বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত সাম্প্রদায়িক বক্তব্যই ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি তুলিছে ৷ ছুহেলদেৱ ভাৰতীয় সমাজ পার্টীৰ মুৰব্বী অ’পি ৰাজভৰে দেশ বিভাজন নহ’লে ভাৰতৰ প্রথম প্রধানমন্ত্রী মহম্মদ আলী…

হাগ্রামা আহিলে বিজেপিৰ লগত নাথাকে প্রমোদ বড়ো

বি.পি.এফৰ সভাপতি তথা প্রাক্তন বিটিচি প্রধান হাগ্রামা মহিলাৰীক লৈ ভিতৰি ভিতৰি উত্তপ্ত হৈ পৰিছে বি টি আৰৰ ৰাজনীতি ৷ মহিলাৰীক বিজেপি দলে আদৰি ল’লেই যিকোনো মুহূর্ততে সলনি হ’ব পাৰে বি টি আৰৰ ৰাজনীতি ৷ বৃহস্পতিবাৰে দিছপুৰত তাৰেই স্পষ্ট ইংগিত দিলে…

মুম্বাইলৈ উৰিল বিজেপিৰ মন্ত্রী–বিধায়ক

সুশাসন তথা বিধায়কৰ দায়িত্ব–কর্তব্য কি হ’ব, তাৰ প্রশিক্ষণ ল’ব লাগিব বিজেপিৰ প্রতিগৰাকী বিধায়কে ৷ কিদৰে বিধায়ক পুঁজি ব্যৱহাৰ কৰিব, সাধাৰণ ৰাইজৰ ওচৰ চপাৰ বাবে কি ধৰণৰ পদক্ষেপ ল’ব আৰু দলৰ আদর্শ–নীতিক কিদৰে অনুকৰণ কৰিব, সেই সম্পর্কে বিজেপিৰ…

কংগনা ৰাণাৱটৰ মন্তব্য বলিয়ালি কিম্বা দেশদ্রোহী

বলীউডৰ অভিনেত্রী কংগনা ৰাণাৱটে ১৯৪৭ চনৰ ভাৰতৰ স্বাধীনতা ভিক্ষা আখ্যা দিয়াৰ বিপৰীতে ২০১৪ চনত ভাৰতে প্রকৃত স্বাধীনতা লাভ কৰা বুলি কৰা মন্তব্যক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে বিজেপিৰ সাংসদ বৰুণ গান্ধীয়ে ৷ কৃষক আন্দোলনক সমর্থন জনাই বিজেপিৰ…