শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তত ভয়ংকৰ দুৰ্ঘটনা

- শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তত ভয়ংকৰ দুৰ্ঘটনা
- ১২ মাইলত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনা
- থিতাতে নিহত বাইক এজন বাইক আৰোহী
- নিহত বাইক বাইক আৰোহীজন দিগন্ত নাথ
- গুৰুতৰভাৱে আহত তেজপুৰৰ বিকি বৰা নামৰ আন এজন যুৱক
- ভালুকপুং দিশৰ পৰা আহিছিল বাইকখন
- তীব্ৰবেগেৰে আহি গছত খুন্দা মৰাৰ ফলত সংঘতিত হয় দুৰ্ঘটনা
- নিহত যুৱকজনৰ ঘৰ বৰপেটাৰোডৰ
- তেজপুৰৰ নেৰিৱালমত অভিযন্তা কৰ্মৰত আছিল