Local, Vocal, Global

ওদালগুৰি জিলাৰ ওৰাং-মাজবাটত সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা

  • ওদালগুৰি জিলাৰ ওৰাং-মাজবাটত সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা
  • এখন তীব্ৰ বেগী চাৰি চকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে এদাল প্ৰকাণ্ড গছত
  • দুৰ্ঘটনাটোত চুৰ্নবিচুৰ্ন হৈ পৰে চাৰিচকীয়া বাহনখন
  • কথমপি প্ৰাণ ৰক্ষা পৰে বাহনৰ চালকজনৰ
  • বাহনৰ চালকজনৰ নাম অজয় দৈমাৰী
  • মাজবাট অভিমুখে আহি থকা অৱস্থাত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনা