Local, Vocal, Global

দেশত অব্যাহত কৰ’নাৰ কালৰূপ

  • দেশত অব্যাহত কৰ’নাৰ কালৰূপ
  • ৯ দিনত ভাৰতত ৫ লক্ষাধিক আক্ৰান্ত
  • ২৪ ঘন্টাত দেশত ৬১,৫৩৭ গৰাকী আক্ৰান্ত,৯৩৩ লোকৰ মৃত্যু
  • ভাৰতত আক্ৰান্তৰ মুঠ সংখ্যা ২১ লাখলৈ বৃদ্ধি,মৃত্যু ৪৩,৪৪৬ লোকৰ
  • বিশ্বজুৰি এই পৰ্যন্ত আক্ৰান্ত ১,৯৬,৯৭,৯৩২ গৰাকী,মৃতকৰ সংখ্যা ৭,২৬,৯৪৮লৈ বৃদ্ধি