Local, Vocal, Global

Road Accident In Jorhat : যোৰহাটৰ অজন্তা বাইবাছত ভয়ংকৰ পথ দুৰ্ঘটনা

যোৰহাট,১০অক্টোবৰ : যোৰহাটৰ অজন্তা বাইবাছত ভয়ংকৰ পথ দুৰ্ঘটনা।

এখন তেল ভৰ্তি টেংকাৰৰ প্ৰচণ্ড খুণ্ডা এখন মাৰুতি বাহনত(Road Accident In Jorhat)।

ফৰলেনেৰ লেহেমীয়া নিৰ্মাণ ফলতে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ।

বাহন খনত থকা কোনো লোক আহত হোৱা নাই।

লগতে পঢ়ক :PM Modi Laos Visit Today : দুদিনীয়া ভ্ৰমণসূচীৰে লাওছলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ