বিশ্বত বৃদ্ধি পাব দৰিদ্ৰ লোকৰ সংখ্যা
- কৰ’না ত্ৰাসৰ মাজতে বিপৰ্যস্ত হৈছে অৰ্থনীতি
- বিশ্ববেংকে প্ৰকাশ কৰিছে এই আশংকা
- ২০২১ৰ ভিতৰত বৃদ্ধি পাব বিশ্বত দৰিদ্ৰ লোকৰ সংখ্যা
- এবছৰৰ ভিতৰত নতুনকৈ ১৫ কোটি লোক দৰিদ্ৰ হৈ পৰিব
- চলিত বৰ্ষতে বিশ্বৰ ১১.৫ কোটি লোক হৈ পৰিব অতিশয় দৰিদ্ৰ
- ২০ বছৰৰ মূৰত প্ৰথমবাৰ এনে অৱস্থা
- ভাৰতে বিশ্ববেংকক পৰ্যাপ্ত তথ্য নিদিয়াৰ অভিযোগ বিশ্ববেংকৰ