Local, Vocal, Global

ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা

  • বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত  ১৩০৭ গৰাকী
  • বুধবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২৫৬১ গৰাকী ৰোগীয়ে
  • মৃত্যু হয় ৭ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
  • ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৯০ হাজাৰ ২০৯ গৰাকী
  • সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ৩১,৭৮৬ গৰাকী
  • বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৫৭ হাজাৰ ৬৩৫ ৰোগী
  • অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৭৮৫ গৰাকী লোকৰ
  • বুধবাৰে ৰাজ্য স্বাস্থ্য বিভাগে সম্পন্ন কৰে ৩৩,৩৪৬ লোকৰ স্বোৱাব পৰীক্ষা