Local, Vocal, Global

আপোনাৰ ৰাশি কি? আজিৰ দিনটো কেনেকুৱা হ’ব?

মেষঃ আশা পুৰণৰ সম্ভাৱনা। পেটৰ অসুখ অথবা বিষজনিত ৰোগ হ’ব পাৰে। কৰ্মক্ষেত্ৰত জটিলতাৰ উদয় হ’ব পাৰে। কোনো কাৰণে মনটো গধূৰ হ’ব পাৰে।শুভ ৰং বগা।শুভ সংখ্যা ১।

বৃষঃ ৰাজহুৱা কৰ্মত থকা সকলে সহানুভূতি লাভৰ সংবাদ।শৰীৰ কিছু উন্নত। দুই এটা কামত বাধাৰ কাৰকতা।দিনৰ দুই বজাৰ পৰা কিছু উন্নত।সাংসাৰিক অশান্তি হ’ব। প্রাপ্য ধন লাভৰ পৰা বঞ্চিত হব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

মিথুনঃ কর্মক্ষেত্ৰত শান্তিৰে কাম কৰিব পাৰিব। আর্থিকত ভালেই দেখা যায়। আয়ৰ ক্ষেত্ৰত অনুকুল। বিদ্যাত শুভাশুভ ফল। স্বাস্থ্যৰ প্রতি নজৰ দিব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪।

কৰ্কটঃ চাকৰিয়াল ব্যক্তিসকলৰ বাবে শুভ দিন। কর্মত নতুন পৰিকল্পনাত উপকৃত হ’ব। নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। ব্যয়ৰ মাত্রা বৃদ্ধি পাব। দাম্পত্যত শুভ।কর্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা উজ্জ্বল। সন্মানপ্রাপ্তিৰ যোগ | শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৮।

সিংহঃ ব্যৱসায়ত লাভৰ কাৰকতা সমাজসেৱী সকলৰ সন্মান বৃদ্ধিৰ কাৰক। উচ্চ বিষয়াৰ লগত শুভ যোগাযোগ বজায় থাকিব। ভ্ৰমণত কষ্ট পাব।পাৰিবাৰিক সমস্যা কিছু আঁতৰিব। দীঘলীয়া ভ্ৰমণৰ সুযোগ | শুভৰং নীলা। শুভ সংখ্যা ৫।

কন্যাঃ আর্থিক দিশত অর্থ প্রাপ্তিৰ সম্ভাৱনা। প্রযুক্তিবিদ আৰু কম্পিউটাৰ বিজ্ঞানীৰ সাফল্য উল্লেখযোগ্য। পাৰিবাৰিক জীৱনত অশান্তিৰ সূচনা।চাকৰিত নিযুক্তি লাভৰ সম্ভাৱনা। বিবাহত বাধা প্রবল হ’ব পাৰে। শিল্পীয়ে শুভ সংবাদ লাভ কৰিব।শুভ ৰং হালধীয়া। শুভ সংখ্যা ৯।

তুলাঃ উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ শুভ যোগ। দেহভাৱ ভাল বুলি কব পাৰি। হেৰুৱা সম্পদ পুনঃপ্রাপ্তি। অবাধ্য সন্তান-সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে।প্ৰেমত বাধা।বিষজনিত ৰোগত কষ্ট পাব। ৰক্তচাপৰ বিসংগতিৰ ফলত অসুস্থ হ’ব পাৰে। ধন-সম্পদ লাভৰ যোগ আছে।শুভ ৰং বগা। শুভ সংখ্যা ৭ |

বৃশ্চিক : বাধা-বিঘিনিৰ মাজেদি কর্মত সাফল্য। প্ৰেমত আৱেগ।মানসিক শান্তি অব্যাহত থাকিব। সৃষ্টিশীল কামত সাফল্য সন্মান প্রাপ্তিৰ যোগ প্রবল।শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৩।

ধনুঃ পৈতৃক সম্পত্তি লাভৰ ক্ষেত্ৰত বিলম্ব। গৱেষকসকলৰ সাফল্য লাভ। ভ্ৰমণ কৰিব পাৰে।মানসিক অস্থিৰতা বাঢ়িব পাৰে। মাটি-সম্পত্তি লাভৰ যোগ প্রবল। বিচ্ছেদৰ আশংকা দেখা যায়। শুভ ৰং ৰঙা । শুভ সংখ্যা ১১।

মকৰঃ শত্ৰুৱে ক্ষতি কৰিব পাৰে। কর্মক্ষেত্ৰত পৰিবৰ্তনৰ সম্ভাৱনা।আশা পূৰণ হ’ব।শত্ৰুৱে বৈষয়িক অৱস্থাৰ স্বল্পাধিক উন্নতি সম্ভৱ। নতুন নিযুক্তিৰ বাবে দূৰ যাত্রা। পত্নীৰ লগত মত বিৰোধ। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ১।

কুম্ভ: ক্ৰয়াযোগে আর্থিক দিশত অসুবিধা পাব পাৰে। ফুৰা-চকাত সতর্ক হ’ব। চিকিৎসকসকলৰ দায়িত্ব বৃদ্ধি পাব।মানসিক অশান্তি আঁতৰাবলৈ যত্ন কৰক। ৰক্তচাপজনিত|  স্নায়ু ৰোগত ভুগিব পাৰে। উচ্চ আসন লাভ কৰিব। শুভ ৰং কমলা। শুভ সংখ্যা ২।

মীন : হেৰুৱা শান্তি ঘূৰি আহিব। বিপদগ্রস্ত লোকক সহায় কৰাৰ সুযোগে পাব। বিষজনিত ৰোগত কষ্ট পোৱাৰ সম্ভাৱনা। সন্মানপ্রাপ্তিৰ যোগ ।স্বাস্থ্যৰ প্রতি নজৰ দিয়। শুভ বগা । শুভ সংখ্যা ৮।