Local, Vocal, Global

শনিবাৰ আৰু দেওবাৰে ৰাজ্যত সাপ্তাহিক  লকডাউন

  • শনিবাৰ  আৰু দেওবাৰে ৰাজ্যত সাপ্তাহিক  লকডাউন
  • কৰ’নাৰ বাবে প্ৰতি শনি-দেওবাৰে পৌৰ এলেকাত লকডাউন
  • কঠোৰভাবে বলৱৎ হৈছে এই লকডাউন
  • ৰাজ্যৰ প্ৰতিখন পৌৰ এলেকাত লকডাউন মানিছে জনসাধাৰণে
  • ঠায়ে ঠায়ে লকডাউন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী