কোহলি বাহিনীৰ অষ্ট্ৰেলিয়া ভ্ৰমনৰ সম্পূৰ্ণ সূচী ঘোষণা

◆কোহলি বাহিনীৰ অষ্ট্ৰেলিয়া ভ্ৰমনৰ সম্পূৰ্ণ সূচী ঘোষণা
◆ঐতিহাসিক মেলব’ৰ্ন ক্ৰিকেট গ্ৰাউণ্ডতে অনুস্থিত হ’ব বক্সিং ডে’ টেষ্ট
◆১২ নবেম্বৰত ছিডনীত উপস্থিত হ’ব ভাৰতীয় ক্ৰিকেট দল
◆ছিডনীত ১৪ দিনৰ কোৱাৰেন্টাইনত থাকিব দলটো
◆১৭-২১ ডিচেম্বৰত এডিলেইড অভেলত খেলিব প্ৰথমখন টেষ্টমেচ
◆ টেষ্টৰ পূৰ্বে সুযোগ পাব দিবা- নৈশ প্ৰস্ততি মেচৰ
◆২৬-৩০ দ্বিতীয় টেষ্ট,৭-১১ জানুৱাৰী তৃতীয় টেষ্ট,১৫-১৯ জানুৱাৰী চতুৰ্থ টেষ্ট
◆২৭ নবেম্বৰত প্ৰথম এদিনীয়া,২৯ নবেম্বৰত দ্বিতীয় এদিনীয়া,২ ডিচেম্বৰত তৃতীয় এদিনীয়া
◆৪ ডিচেম্বৰ প্ৰথম টি-২০, ৬ ডিচেম্বৰত দ্বিতীয় টি-২০,৮ ডিচেম্বৰত তৃতীয় টি-২০
◆এদিনীয়া শৃংখলাৰ আটাইকেইখন মেচেই হ’ব দিবা-নৈশ