ৰাজ্যত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ লৈছে কৰ’নাৰ সংক্ৰমণ
- বিগত ২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত ৪৪৮ গৰাকী
- বুধবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ১,৪৮৭ গৰাকী ৰোগীয়ে
- মৃত্যু হয় ৩ গৰাকীকৈ কৰ’না আক্ৰান্ত ব্যক্তিৰ
- ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ২ লাখ ৫ হাজাৰ ২৩৭ গৰাকী
- সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ১১,৮০৩ গৰাকী
- বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১লাখ ৯২ হাজাৰ ৫১৪ গৰাকী ৰোগী
- অসমত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ৯১৭ গৰাকী লোকৰ
- সোমবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্পন্ন কৰে ২৬ হাজাৰ ১৫০ গৰাকীৰ স্বোৱাব পৰীক্ষা