Local, Vocal, Global

কাল কৰ’নাৰ কবলত ওদালগুৰি জিলা কাৰাগাৰ

  • কাল কৰ’নাৰ কবলত ওদালগুৰি জিলা কাৰাগাৰ
  • কাৰাগাৰ খনৰ দুজন কয়দী কভিড-১৯ পজিটিভ
  • ৩০ জুন আৰু ৫ জুলাইত কাৰাগাৰত প্ৰেৰণ কৰা হৈছিল কয়দী দুজনক
  • ৩০ জুনত কাৰাগাৰলৈ অহা কয়দী জন আছিল পশ্চিম বংগৰ
  • কোৱাৰেন্টাইত ৱাৰ্ডত সুকীয়াকৈ ৰখা হৈছিল কয়দী দুজনক
  • ৫ জুলাইত SWAB সংগ্ৰহ কৰা হৈছিল কয়দী কেইজনৰ
  • কৰ’নাৰ পৰিপ্ৰেক্ষিতত  কাৰাগাৰখনত নতুন কয়দীৰ বাবে পূৰ্বৰে পৰা স্থাপন কৰিছিল কোৱাৰেন্টেইন ৱাৰ্ড
  • কোৱাৰেন্টেইন ৱাৰ্ডতে আছিল কয়দী দুজন
  • এই ৱাৰ্ডত আছে আন ২৪ জন নতুন কয়দী
  • ৱাৰ্ডটোত থকা কয়দী কেইজনৰ লগতে কাৰাগাৰৰ কৰ্মচাৰীৰ পুনৰ লোৱা হ’ব SWAB
  • বৰ্তমান জিলা কাৰাগাৰখনত আছে ২১২ জন কয়দী
  • অন্য কয়দীৰ লগত সংস্পৰ্শত অহা নাছিল পজিটিভ কয়দী দুজন