Local, Vocal, Global

টেলিভিচনৰ নায়িকা দিব্যা ভাটনাগৰৰ মৃত্যু

সৰু পৰ্দাৰ নায়িকা দিব্যা ভাটনাগৰৰ মৃত্যু ঘটিছে।বহুদিনৰ পৰা ভৰ্তি হৈ আছিল চিকিৎসালয়ত। নিশা ২ বজাত স্বাস্থ্যৰ অৱনতি হোৱাৰ পিছতেই মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। চিৰিয়েল ‘ইয়ে ৰিষ্টা কিয়া কেহলাটা হে’ত ‘গোলাবৌ’ৰ আভিনয় কৰি থকা দিব্যা ভটনাগৰৰ মৃত্যু হৈছে। দিব্যা বহু দিনৰ পৰাই ক’ৰনাৰ দ্বাৰা আক্ৰান্ত হৈ আছিল আৰু চিকিৎসালয়ত ভৰ্তি আছিল। ক’ৰনাভাইৰাছৰ বাবে অধিক শৰীৰিক অসুস্থতা হোৱাত তেখেতক গুৰগাঁওৰ এচআৰভি হস্পিতালত ভৰ্তি কৰোৱা হৈছিল।