Local, Vocal, Global

তিনিচুকীয়াত ভয়ংকৰ অগ্নিকাণ্ড 

  • নিশা তিনিচুকীয়াত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড
  • তিনিচুকীয়াৰ চহৰৰ নিচেই কাষতে বালুগাদাৰ বিকাশপুৰত সংঘটিত হয় অগ্নিকাণ্ড
  •  এটা বাসগৃহত পূজা উপলক্ষে চাকি জ্বলাই ঘৰত কোনো নথকাৰ সময়তে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
  • অভিযোগ অনুসৰি অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ ফলত নগত দুই লাখ টকাৰ লগতে বহু লাখ টকাৰ সম্পত্তি জুইত জাহ যায়
  • পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে বহু সময় ধৰি কৰা চেষ্টাৰ ফলত অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়