Local, Vocal, Global

তিনিচুকীয়াত এতিয়াও চৰকাৰৰ নীতি-নিৰ্দেশনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাটো দ্ৰুতগতিত বৃদ্ধি পাইছে কভিড-১৯ৰ সংখ্যা । যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতি শনি আৰু দেওঁবাৰে ঘোষণা কৰিছে সাপ্তাহিক লকডাউন ৷ কিন্তু তিনিচুকীয়াত যেন শিক্ষা লোৱা নাই একাংশ অসাধু ব্যৱসায়ীয়ে ৷ তিনিচুকীয়াৰ প্ৰায়সমূহ দোকান বন্ধ আছে । কিন্তু ইয়াৰ মাজতে পাঞ্জাৱৰ পৰা কণী আনি এজন ব্যৱসায়ীয়ে চৰকাৰী সকলো নিৰ্দেশনা ভংগ কৰি অব্যাহত ৰাখিছে ব্যৱসায় ৷