Local, Vocal, Global

বাঘজান কাণ্ড, প্ৰতিবাদমুখৰ তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়

  • নিশা তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি।
  •  বাঘজান বাসী ৰাইজৰ প্ৰতিনিধিৰ সৈতে হোৱা আলোচনা বিফল হোৱাত ৰাইজৰ প্ৰতিনিধি সকলে উপায়ুক্ত কাৰ্য্যালয় মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
  • অইল কতৃপক্ষ আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে বিভিন্ন শ্লেগানাৰে পৰিস্তিতি উত্তাল কৰি তোলে বাঘজানৰ ভুক্তভোগী জনতাই।