Local, Vocal, Global

“এতিয়া মোৰ কি হ’ব? “- ৰাজপথত আৰ্তনাদ ঋতুপৰ্ণ পেগুৰ পত্নীৰ  

  • নুনমাটি হত্যাকাণ্ডৰ চাঞ্চল্য অব্যাহত
  • বিভিন্ন দল-সংগঠনে ঘেৰাও কৰিলে নুনমাটি থানা
  • নিজৰ সাতমহীয়া সন্তানক কোলাত লৈ ন্যায় বিচাৰি ৰাজপথত ঋতুপৰ্ণ পেগুৰ পত্নীৰ আৰ্তনাদ
  • চিচি টিভিত বন্দী সমগ্ৰ হত্য়াকাণ্ডৰ দৃশ্য়

 

  • চি চি টিভিৰ ফুটেজ পৰীক্ষাৰ অন্তত নুনমাটি আৰক্ষীয়ে মূল অভিযুক্ত হুছেইন আলী, দুলাল আলী ,
    ইব্ৰাহিম আলী আৰু মনোৱাৰা বেগামক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে
  • লগতে হত্যাকাণ্ড সংঘটিত হোৱা দোকানখনৰ স্বত্বাধিকাৰী আৰমান আলীক আটক কৰিছে
  • আৰক্ষী জনোৱা মতে মূল হত্যাকাৰী হুছেইন আলীৰ বয়স ১৬ বছৰ