Local, Vocal, Global

তিনিচুকীয়াত পুনৰ ৬গৰাকী কভিড-১৯ত আক্ৰান্তৰ

তিনিচুকীয়াত পুনৰ ৬গৰাকী কভিড-১৯ত আক্ৰান্তৰ ৰোগী চিনাক্ত ৷ এইপৰ্যন্ত জিলাখনত কভিড-১৯ত আক্ৰান্তৰ সংখ্যা  প্ৰায় ২৭৬গৰাকী ।  জিলাখনত কোৱাণ্টিনত থকাৰ উপৰিও বহুতো ভ্ৰমণ বৃত্তান্ত নথকা লোক আক্ৰান্ত হোৱাৰ পিছত ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে ৷ শেহতীয়াকৈ কোৱাণ্টিনত থাকি আক্ৰান্ত হোৱা জিলাখনৰ কৰ’নাত ৬গৰাকী ৰোগী হৈছে ক্ৰমে জ্ঞান ভূজেল, মুকেশ কুমাৰ শ্বাহ, অজয় কৰ্মকাৰ, ৰাজা চাওঁতাল, তপন তন্তাবায় আৰু ৰহিত কাৰ্কী ৷