Local, Vocal, Global

তেজপুৰত পালন শ্ৰীশ্ৰীগুৰু পূৰ্ণিমা উৎসৱ

মিলনপুৰ শংকৰদেৱৰ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা গুৰু বন্দনা

আজি আহাৰ মাহৰ পূৰ্ণিমা অৰ্থাৎ শ্ৰীশ্ৰীগুৰু পূৰ্ণিমা উৎসৱ। বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থাৰ অধীনস্থ সংস্থা শিশু শিক্ষা সমিতি অসমৰ আহ্বান মৰ্মে তেজপুৰত মিলনপুৰ শংকৰদেৱৰ শিশু নিকেতনে পালন কৰে শ্ৰীশ্ৰীগুৰু পূৰ্ণিমা উৎসৱ। তেজপুৰ মিলনবাকৰি ৰাস মহোৎসৱৰ সমিতিৰ অন্তৰ্গত মিলনপুৰ শংকৰদেৱৰ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীৰ সকলে কভিড’১৯ৰ  সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো কৰে গুৰু বন্দনা।