‘তেলচুৰা’ৰ পৰিচালক জিতেন মাষ্টৰ আৰু নাই

♦️জনপ্ৰিয় Youtube চেনেল Voice Assamৰ ‘তেলচুৰা’ৰ জিতেন মাষ্টৰ আৰু নাই
♦️’তেলচুৰা’ৰ পৰিচালক আছিল জিতেন মাষ্টৰখ্যাত জিতুল ৰাজবংশী
♦️মঙলবাৰে নিশা ১১ঃ৩০ বজাত মৃত্যু জিতুল ৰাজবংশীৰ
♦️দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত ভুগি আছিল পৰিচালকগৰাকী
♦️মাত্ৰ ২৫ বছৰ বয়সতে মৃত্য হয় জিতুল ৰাজবংশীৰ
♦️’তেলচুৰা’ৰ পৰিচালকৰ উপৰিও জিতুল ৰাজবংশী আছিল এজন টে’ট শিক্ষক