Local, Vocal, Global

তামিলনাডুত বিমান ভাৰা কৰি আকাশত পাতিলে বিয়া

তামিলনাডুত বিমান ভাৰা কৰি আকাশত পাতিলে বিয়া
দেশত ক’ৰনা মহামাৰীয়ে ভয়ংকৰ ৰূপ লোৱাত দেশৰ কেইবাখনো ৰাজ্যত লকডাউন দিব লগা হৈছে । বিয়া-সমাৰোহ আদিৰ ক্ষেত্ৰত চৰকাৰে বহুতো নিয়ম বান্ধি দিব লগা হৈছে তেনে স্তলত তামিলনাডুৰ এহাল দম্পতিয়ে বিয়া পাতিলে আকাশত। তাৰপিছত সংবাদ মাধ্যমৰ শিৰোনাম দখলৰ কৰিলে