কৰ’নাত আক্ৰান্ত অভিনেত্ৰী তামান্না ভাটিয়া

- কৰ’নাত আক্ৰান্ত অভিনেত্ৰী তামান্না ভাটিয়া
- সংকটজনক অৱস্থাত চিকিত্সালয়ত ভৰ্তি অভিনেত্ৰী গৰাকীক
- ৱেব চিৰিজৰ শ্বুটিঙৰ কামত হায়দৰাবাদত আছিল অভিনেত্ৰী
- জ্বৰৰ লগতে শ্বাস-প্ৰশ্বাসৰ অসুবিধাৰ সন্মুখীন অভিনেত্ৰীগৰাকীৰ
- সম্প্ৰতি ব্যক্তিগত চিকিত্সালয়ত ভৰ্তি তামান্ন ভাটিয়াক
- চিকিত্সকৰ মতে বৰ্তমান তামান্নাৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ