Local, Vocal, Global

শুৱালকুছিত পুনৰ কভিড-১৯ পজিটিভ ৰোগী চিনাক্ত

  • শুৱালকুছিত পুনৰ কভিড-১৯ পজিটিভ ৰোগী চিনাক্ত
  • কভিড-১৯ চিনাক্ত হোৱা লোকজন পাট-মুগাৰ ব্যৱসায়ৰ লগত জড়িত শুৱালকুছিৰ নটোল অঞ্চলৰ উদ্ধৱ কলিতা
  • উদ্ধৱ কলিতাৰ বয়স ৬৮ বছৰ
  • ২ জুলাইত গুৱাহাটীস্থিত নেমকেয়াৰ হাস্পতালত অন্য চিকিৎসাৰ বাবে উপস্থিত হৈছিল
  • প্ৰথমে ক’ভিড পৰীক্ষাৰ বাবে হাস্পতাল কৰ্তপক্ষই SWAB সংগ্ৰহ কৰিছিল
  • ৩ জুলাইত উদ্ধৱ কলিতা ক’ভিড পজিটিভ বুলি পৰিয়ালক  জানিবলৈ দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই৷