Local, Vocal, Global

ৰাষ্টীয় ঘাইপথত ধন লৈ নিলম্বন দুই আৰক্ষী

ৰাষ্টীয় ঘাইপথত ধন লৈ নিলম্বন দুই আৰক্ষী ।

নিলম্বন চাংসাৰী আৰক্ষী থানাৰ কণিষ্ঠবল নুৰ হুছেইন আৰু গৃহৰক্ষী জোৱান উপেন কলিতা।

কামৰূপ আৰক্ষী অধীক্ষকক ৰাষ্টীয় ঘাইপথত দুয়োজন আৰক্ষীয়ে ধন সংগ্ৰহ কৰা ভি,ডি,অ, কোনো ব্যক্তিয়ে প্ৰেৰন কৰিছিল।

শুক্ৰবাৰে চাংসাৰী আৰক্ষী থানাত আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় নিজে উপস্থিত হয় দুয়োকে চাকৰীৰ পৰা নিলম্বন কৰে।