Local, Vocal, Global

বাসগৃহত অচিনাক্ত দুৰ্বৃত্তই দলিয়ালে বটল ব’ম

পাঠশালাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীৰ স্বত্বাধিকাৰী ড ৰঞ্জিত ডেকাৰ বাসগৃহত অচিনাক্ত দুৰ্বৃত্তই দলিয়ালে বটল বম।

পাঠশালাৰ কৃষ্ণনগৰত থকা বাসভবনত এই ঘটনা।কলি নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনা। ঘটনাৰ পিছতে ঘৰতোট সংঘটিত হয় অগ্নিকাণ্ড। বজালীৰ আৰক্ষী অধীক্ষকে আৰম্ভ কৰিছে তদন্ত।

ড ডেকা বিগত নিৰ্বাচনত মিত্ৰযোটৰ ভবানীপূৰ সমষ্টিৰ অগপ দলৰ প্ৰাৰ্থী আচিল।

আৰক্ষীৰ মতে বটলত পেট্ৰল ভৰাই ঘৰটোলৈ দলিয়াইছিল দুৰ্বৃত্তই