Website Design: dastechnologies.in
শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৰ ভালুকপুংৰ আই টি বি পি শিৱিৰৰ এগৰাকী জোৱান আৰু আনুষ্ঠানিক কোৱাৰেনটিনত থকা ব্যক্তি আক্ৰান্ত কৰ’নাত ।
ইয়াকেলৈ শোণিতপুৰত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৪১১ গৰাকীলৈ ।
আনহাতে জিলাখনত ৩০৮ গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১৮জন,তেজপুৰ কভিড হস্পিতালত চাৰিজন আৰু সামৰিক চিকিৎসালয়ত ৮০গৰাকী চিকিৎসাধীন হৈ আছে।
জিলাখনত আজি পৰ্য্যন্ত কৰ’নাত আক্ৰান্তহৈ মৃত্যু হয় চিকিৎসাধীন হৈ থকা এগৰাকী কৰ্কট ৰোগীৰ ।
দেওবাৰে সন্ধিয়া পৰ্য্যন্ত জিলাখনত সক্ৰিয় কনন্টেেইমেন্ট জন’ৰ সংখ্যা হৈছে ১২।