Local, Vocal, Global

তিনিচুকীয়াৰ লিমুগুৰি চাহ বাগিছাত প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ

  • তিনিচুকীয়াৰ লিমুগুৰি চাহ বাগিছাত  পিঞ্জৰাবদ্ধ এটা নাহৰফুটুকী
  • দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছিল নাহৰফুটুকীটোৱে
  • স্থানীয় লোকৰ দাবী অনুসৰি বনবিভাগৰ লোকে বিগত এমাহ ধৰি পাতি ৰাখিছিল পিঞ্জৰাটো
  • অৱশেষত আতংকৰ ওৰ পেলাই বনবিভাগৰ লোকে পিঞ্জৰাটোত নিশা আৱদ্ধ কৰে প্ৰকাণ্ড নাহৰফুটুকীটো
  • বন বিভাগৰ জনোৱা অনুসৰি অনুসৰি নাহৰফুটুকীটো কিছু আঘাতপ্ৰাপ্ত হৈ আছে
  •  চিকিৎসাৰ জৰিয়তে পৰৱৰ্তী সময়ত বনাঞ্চলত মুকলি কৰি দিয়া হ’ব নাহৰফুটুকীক