Website Design: dastechnologies.in
- শোণিতপুৰ জিলাত ক’ভিড-১৯ৰ ভয়াৱহ সংক্ৰমণৰ
- কৰ’নাত আক্ৰান্ত শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য
- তেজপুৰ পৰোবাৰ ক’ভিড হাস্পতালত ভৰ্তি কৰা হৈছে বৈশ্যক
- বৰ্তমানলৈকে শোণিতপুৰত ৪৬১গৰাকীলৈ বৃদ্ধি ক’ভিড-১৯ পজিটিভৰ সংখ্যা
- কন্টেইমেন্ট জ’ন ঘোষণা শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যালয়