Local, Vocal, Global

ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি কৰ’না ভাইৰাছৰ সংক্ৰমণ

  • ৰাজ্যত অধিক ভয়ংকৰ হাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ
  • মহানগৰীতো অব্যাহত কৰ’নাৰ ভয়াবহতা
  • ১৫ হাজাৰ অতিক্ৰম কৰিলে অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যাই
  • ৰাজ্যত এদিনত ৯৩৬ গৰাকী আক্ৰান্ত
  • কৰ’নাৰ ৰম্যভুমিত পৰিণত গুৱাহাটীত শুকুৰবাৰৰ দিনটোত আক্ৰান্ত ৫২১ গৰাকী
  • উল্লেখ যে শুকুবাৰে সুস্থ হোৱা ৰোগীৰ সংখ্যা ৭০১ গৰাকী
  • অসমত এই পৰ্যন্ত এদিনত সৰ্বাধিক ৮ গৰাকীৰ মৃত্যুৰে কৰ’নাত প্ৰাণ গ’ল ৩৫ গৰাকীৰ
  • ৰাজ্যত প্ৰথমবাৰৰ বাবে কৰ’নাত প্ৰাণ হেৰুৱালে এজন লক্ষ্যণহীন আৰু এজন আৰক্ষীৰ লোকে
  • ৰাজ্যত ১৫৫৩৬ গৰাকীলৈ বৃদ্ধি কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা
  • ৰাজ্যত বৰ্তমানলৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা ৯৮৪৮ গৰাকী
  • ৰাজ্যত বৰ্তমান ৫৬৫০ গৰাকী ৰোগী চিকিৎসাধীন
  • ইয়াৰ বিপৰীতে মৃতৰোগীৰ সংখ্যা ৩৫ গৰাকী