Local, Vocal, Global

শোণিতপুৰত কৰ’নাৰ সংহাৰ

শোণিতপুৰত এগৰাকী আশা কৰ্মী,এগৰাকী হোটেলৰ কৰ্মচাৰী,একেটা পৰিয়ালৰ তিনি গৰাকীসহ ৬জন কৰ’নাত আক্ৰান্ত । উৰিয়ামগুৰিৰ আশা কৰ্মী চালেমা বেগম,বিক্ৰম আদিত্য হোটেলৰ কৰ্মচাৰী চন্দ্ৰ প্ৰসাদ কাৰ্কী আৰু লোক্ৰাৰ এটা পৰিয়ালৰ তিনি গৰাকী ক’ৰনাত আক্ৰান্ত ২৪জুনৰ দিনা বাংগালোৰৰ পৰা বিমানযোগে আহি হোম  কোৱাৰেনটিনত আছিল কৰ’নাত আক্ৰান্ত লোক্ৰাৰ পৰিয়ালটো । এতিয়ালৈ শোণিতপুৰত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ৩১২জনলৈ । শংকাত এতিয়া শোণিতপুৰবাসী ৰাইজ ।