Local, Vocal, Global

মিজোৰামত পুনৰ ভূমিকম্প

  • আকৌ ভূমিকম্পই জোকাৰিলে দক্ষিণ অসম, মিজোৰাম
  • যোৱা নিশা ৯ঃ৩০ বজাত অনুভূত হৈ ভূমিকম্পৰ জোকাৰণি
  • ৰিখাটাৰ স্কেলত ভূমিকম্পিৰ প্ৰাবল্য ৪.৫ বুলি জনা গৈছে
  • ভূমিকম্পৰ অভিকেন্দ্ৰ মিজোৰামৰ চম্পাইট ভূগৰ্ভৰ ৬৫ কিলোমিটাৰ তলত
  •  যোৱা এসপ্তাহত এইটো আছিল এই এলেকাত অনুভূত ৪ নং ভূমিকম্প