Local, Vocal, Global

মঙ্গলদৈৰ কোৱাৰেন্টিন চেণ্টাৰত উত্তেজনা

  •  মঙ্গলদৈ কেন্দ্ৰীয় বিদ্যালয়ৰ কোৱাৰেন্টিন চেণ্টাৰত উত্তেজনা
  •  কোৱাৰণ্টিনত থকা এচাম উদণ্ড যুৱকে প্ৰহাৰ কৰিলে হোম গাৰ্ড আৰু খাদ্য বিলনীক
  •  নিচা জাতীয় সামগ্ৰী ভিতৰত নিব নিদিয়াৰ বাবে প্ৰহাৰ কৰিলে হোম গাৰ্ড আৰু বিলনীগৰাকীক
  • কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত দুয়োগৰাকী
  • মঙ্গলদৈ আৰক্ষীয়ে দুয়োগৰাকীকে উদ্ধাৰ কৰে উদণ্ড যুৱকৰ কৱলৰ পৰা
  • কোৱাৰেন্টিন থকা লোকৰ স্পৰ্শত অহাৰ বাবে কোৱাৰেন্টিনত থাকিব লাগিব হোম গাৰ্ড আৰু বিলনীগৰাকী
  •  ঘটনা সন্দৰ্ভত অব্যাহত আছে মঙ্গলদৈ আৰক্ষীৰ  তদন্ত