Local, Vocal, Global

সোনাপুৰৰ টোল গেটত গুণ্ডাগিৰি,সমগ্ৰ দৃশ্য বন্দী হৈছে CCTV কেমেৰাত

সোনাপুৰৰ টোল গেটত গুণ্ডাগিৰি। এখন swift   বাহন চুৰমাৰ কৰিলে গুন্দাবাহিনীৰ দলে। অভিযোগ অনুসৰি সোনাপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকাswift    বাহন খন টোলগেট অতিক্ৰম কৰোতে টোলগেটৰ কৰ্মচাৰী লগত কথাৰ কতাকটি হয় ;তাৰ পাছত একাংশ গুন্দাবাহিনীয়ে বাহনখনৰ ওপৰত আক্ৰমন ভাঙি চূৰমাৰ কৰে।আৰু গাঢ়ীত থকা লোক কেইজনক মাৰধৰ কৰে। সমগ্ৰ দৃশ্য বন্দী হৈছেcctvকেমেৰাত।