Website Design: dastechnologies.in
নুমলীগড়ৰ সুন্দৰপুৰত বন্যহস্তীৰ ত্ৰাস। হাতীৰ জাকে ভাঙি লণ্ডভণ্ড কৰে চফেলা গ্ৰাণ্ট সুন্দৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ লগতে কেইবাটাও পৰিয়ালৰ বাসগৃহ। দীৰ্ঘদিন অঞ্চলটোত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ।
হাতীৰ এটা জাকে ত্ৰাসৰ সৃষ্টি কৰি আহিছে অঞ্চলটোত। কিন্তু কোনো কাণসাৰ নাই বন বিভাগ তথা জিলা প্ৰশাসনৰ। একপ্ৰকাৰ চকুমুদা কুলিৰ ভাৱত ৰাজ্যৰ বন বিভাগ।